(ক) ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে?
(ক) হাঁহি থাকে
(খ) দোঁ খাই থাকে
(গ) নাচি থাকে
(ঘ) ওফোন্দ পাতি থাকে
উত্তৰঃ (খ) দোঁ খাই থাকে
(খ) কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে?
(ক) পানীৰ টোপ
(খ) ঘাঁহ-বন
(গ) গীত
(ঘ) বিজুলী
উত্তৰঃ (ক) পানীৰ টোপ
শব্দ অৰ্থ
দোঁ খাই বেঁকা হৈ মূৰ তল কৰি
বাহিৰলৈ বাজলে’
ওফোন্দ ঠেহ
ভাহে ওপঙে
উত্তৰঃ কবিয়ে কৈছে যে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দোঁ খাই থাকে।
উত্তৰঃ (খ) কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে?
উত্তৰঃ কবিয়ে ৰিম ঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়।
উত্তৰঃ বিজুলীয়ে হাঁহে, ডাৱৰে ওফোন্দ পাতে আৰু আকাশে চকুপানী টোকে বুলি কবিয়ে কৈছে।
উত্তৰঃ বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে।
উত্তৰঃ কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জোনটি হৈ ভাহে।